Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore গল্প

গল্প

Published by gogoi.bishnu, 2020-08-16 02:09:59

Description: Bishnu story

Search

Read the Text Version

গল্প লিখাৰ অভ্যাস বা জ্ঞানত মই ক েঁ চা ৷ জীৱনৰ 34 টা বসন্ত পাৰ লৰলিাঁে ৷ এইলটা কমাৰ লতলন নম্বৰৰ গল্প ৷ প্ৰথমলটা পলি থাল ালত লিজৰ কমগালজনত প্ৰ াশ পাইলিি ৷ লিতীয়লটা লশক্ষ সমালৰাহৰ গল্প প্ৰলতল ালগতা বুলি লিলখলিলিা ৷ পুৰস্কাৰলটা দৰূ ৰ থা আলিাচনীলটা স্হান নাপালি ৷ তথালপ লিখাৰ কচষ্টা লৰলিােঁ ৷ পলি চাবলচান ৷ মতামত আগবিালি ভ্াি পাম ৷ আশা \"লমাৰ প্ৰধান শত্ৰু কমাৰ খংলটা আৰু ম’বাইিলটা মালন স্মাটট ফ’নলটা ৷ খংলটা নগু ুলচ ৷ ইউ টিউব আৰু গুগুিত খং ক লনক ’মাব পালৰ লভ্লিও চাইও ক ালনা ামত লদয়া নাই আৰু” ম’বাইিলটা“ ইমান বহি এই ভ্াচট ু লৱি জগতখন ৷ কফচবু ,ইউটিউব,ইনষ্টাগ্ৰাম ইতযালদলবালৰ বহু সময় ালি লি ায় ৷ মনৰ লভ্তৰত গুজলৰ গুমলৰ থ া থালবাৰ ’বকি মানুহ এটা নাই ৷ ইমানলবাৰ বন্ধু ৷ মনৰ থালবাৰ ’বকি গ’লি বহুলতই ’ব লচন্তা ন লৰলব ,অমু লৰলব,তমু লৰলব আৰু বহুলতই ভ্ালবব লসও এলনকুৱা কন ? মঠু লত কফচবু লটা কদলখান ’ব কনাৱালৰা ৷\" বালৰ বালৰ এল লবাৰ থাই ভ্ালব ভ্ালব ৰ’লবলয় চকু দটু া মলু দ লবচনাত পলৰ কটাপলনৰ বালব অলপক্ষা লৰ আলি, ল ন্তু তাৰ মনৰ পৰা লচন্তালবাৰ কনাল াৱই হ’ি ৷আলজ ালি তাৰ াল া ভ্াি নিগা লহলি ,স লিালৱ কদলখান ignore লৰ তা ৷ িগৰ কবাৰৰ িগত তু িনা লৰ তাৰ মগজলু টা ক ািা লহ লগলি ৷দুভ্াগ ৰালত লস internet ত search লৰলি symptoms of depression,গুগুিৰ কপজলটা পলি তাৰ লচন্তা আৰু বালিি ৷ লচন্তা ন লৰা বুলি ল মালনই ভ্ালব কবলিক লহ আলহ এই লচন্তালবাৰ ৷ দুভ্াগ ৰালত তাৰ ভ্য় িালগবকি ধলৰলি,লস লদ মানলস ভ্াৰসাময কহৰৱু াই কপিাই!!লচল ৎস ৰ ওচৰকি ক লনক াব! ,মানুলহ তা হােঁলহব ৷লনজল বহুত বজু াবকি ত্ন লৰলি,ল ন্তু পৰা নাই ৷ আগলত তাৰ লচন্তা আলহ লদও এলন কহাৱা নাই ৷ মৰূ ৰ চু লি ক ইিাি খামুলচ গাৰলু টা মূৰত লি পলৰ থাল ি,তাৰ মনলটালৱ বালৰ বালৰ তা ল আলি “you failure,looser”.জীৱনৰ সৰহলখলন সময় লস আলবগ লনয়ন্ত্ৰণ লৰ আলহলি ,ল ন্তু আলজ পৰা নাই ল য়??স লিালৱ তা কদলখবকি কবয়া, থা ’ব নজনা বুলি ভ্ালব থাল ক ন িালগ ৷ তাৰ ামলবাৰ ক ালনও গুৰতু ্ব লনলদলয় ক ন িালগ , থালবাৰ াল া ’বও কনাৱালৰ,স লিালৱ ’ব তই পাগি লহি’ ৷ ক ালনাবাই হালঁে হব মানলস লব ৃ লত টিলি কতাৰ,ইমান সনু ্দৰ জীৱন এটা টাই আি’ এইলবাৰ ল বিল ি’ ৷ \"নাই নাই কমাৰ আলপান ক ালনা নাই ৷\" লস ভ্ালবলি ৷ কতলনলত দুৱাৰত কটা ৰ পলৰি ৷ লস দজট াখন খলু িবকি উঠিবকি ইমান কচষ্টা লৰলি ,ল ন্তু পৰা নাই ৷ \"অ’ দজট াখন ল বা লৰ কখাি খালি ৷\"মা -লদউতা, ালন্দিা ল য়?

মই ল লৰলিাঁে ? অিপ উঠাত পিম হ’ি বুলিলয়ই তেঁ হলত ইমান ালন্দি’ ৷ মই উঠিবকি কচষ্টা লৰ কদলখলিা ,এইয়া মই ল লৰলিাঁে ৷ কমাৰ লনথৰ লহ পলৰ থ া কদহলটাৰ লভ্তৰকি কসামাবকি বহু কচষ্টা লৰও কনাৱালৰলিা ৷ অ’ মনত পলৰলি , গভ্ীৰ ৰালত িগত থ া কটাপলনৰ কটবলিট খাইলিলিা ৷ মনলটা বজু াব কনাৱালৰ ক ইবাটাও খাই লদলিা ৷ তাৰ মালন মই এই পৃলথৱীৰ পৰা লবদায় ি’লিা ৷ মা-লদউতাই ালন্দ থ া কদলখ মই বহু সময় লৰ থাল লিা ৷ স লিা কশষ ৷ কমাৰ জীৱলনই কশষ ৷ বৰ দখু িালগি ৷লনজল কশষ লৰ লদম বলু ি ক লতয়াও ভ্বা নালিলিা ৷ মা-লদউতাৰ াষলত বহু সময় লৰ থাল লিা ৷সৰলু ত মা-লদউতাই ৰা মৰমলবাৰ,লদউতাৰ িগত ফু লৰবকি ক াৱা থালবাৰ মনত পলৰ বৰ দুখ িালগি ৷ অিপ সময়ৰ লপিত পুলিচ আলহি ৷ কমাৰ কদহলটা লি গ’ি ৷ মই নগলিা ৷ দুখ মলনলৰ কমাৰ কফচবু এ াউণ্টলটা খলু ি চালিা ৷ তীন,মহীম, স্তূৰী::::::::স লিালৱ কদখনু শ্ৰদ্ধাঞ্জিী জনাইলি ৷ লসহঁেলত লদয়া কপাষ্টলটাত বহুলত RIP বুলি লিলখলি ৷ ক ালনাবাই ল লি শুই থাল ালতই হয়লতা হাটট এলট লহলি ৷ল ালনাবাই ল লি কপাষ্ট মলটট ম লৰপটট আলহলিলহ গ’ম কপাৱা াব ৷ কফচবু ৰ কপজলটা কদলখলহ গ’ম পাইলিা ,লমালৰা ইমান গুণমুগ্ধ মানহু আলিি ৷ল ন্তু মই কমাৰ মনৰ থালবাৰ খুলি ’বকি মানহু এজন নাপালিাঁে ৷হয়লতা এমাহৰ লপিত স লিালৱ কমা পাহলৰ াব ,নহ’লি ক লতয়াবা হয়লতা মনত কপিাব ৷ ল ন্তু মই কমাৰ জীৱনলটা ূৰাই নাপাওঁে ৷ বৰ দুখ িালগি ৷ কমা লদ ক ালনাবাই বুলজিলহঁেলতন ,মনৰ থা ’বকি বন্ধু এজন কপাৱালহঁেলতন স লিা ’লিাঁেলহলতন ৷ Depression মানুলহ ইচ্ছা লৰ নালন,লবলভ্ন্ন াৰণত মনৰ লভ্তৰত লিলপ্ৰিলন বাঁেহ ি’ব পালৰ,আৰু আচিলত মানহু লবালৰ লদ নাহােঁলহিলহেঁলতন মই হয়লতা খলু ি ’লিা কহেঁলতন মনৰ থালবাৰ ৷ আলপানালিাল আন নাহাঁলে হব মৰম লৰবকি লশ ,ভ্ু ি লৰলি মৰলমলৰ বুজাই লদয় ৷ ৰৰ মানুহৰ মনলবাৰ ,বলু জবকি ত্ন ৰ ৷ ল ন্তু,লমাৰ থালটা ক ালনও শুনা নাপায় কদলখান ,িাক্তৰৰ কচম্বাৰত লগ কদলখলিা বহুত ভ্ািক behave লৰলি কদলখান patient কবাৰ ৷ বহুলত মু লিমলনলৰ হালঁে হলি ৷ মলন মলন প্ৰাথনট াল লৰলিােঁ মানহু লবাৰ পলৰবতট ন লৰ লদয়া ,লদন -লদলন ালন্ত্ৰ আৰু আত্মল লি লহ পৰা পৃলথৱীখনত ালত ক ালনা মানুলহই লিলপ্ৰিনত কনাভ্ু লগ ৷ আৰু ভ্ু লগলিও লচল ৎস ৰ পৰামশট ি’ব ৷ কমাৰ লনলচনা ভ্ু ি ালত ক ালনও ন লৰ , আৰু এটা থা মনত ৰালখব Internet তথযৰ ভ্েঁ ৰািলহ িাক্টৰ নহয় ৷ সময় আলহি ,লপাষ্ট মলটট ম লৰপলটট া চাবকি ৰ’ব কনাৱালৰম ৷ লৰপটট অহাৰ লপিলতা লিলপ্ৰিনৰ থা হয়লতা ওিাব ৷ সমালিাচনা বহুলতই লৰব ,ল ন্তু আলপানজন বুলজ সময় ল মালন লদব?লসইলটা প্ৰশ্নৰ উত্তৰ পাঠ কি এলৰলিােঁ ৷\"

প্ৰানময় গকগ ৷ বৰহাট,চৰাইলদউ


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook